অসম

ডিমৌ চিকিৎসালয়ত নাৰ্ছৰ কলাবেজ পৰিধানেৰে প্ৰতিবাদ

প্ৰথম খবৰ, ডিমৌ: সমগ্ৰ ৰাজ্যৰ লগতে ডিমৌ চিকিৎসালয়ৰ নাৰ্ছ সকলেও আজি কলাবেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ তথা স্বাস্থ্য বিভাগে কেৱল বি এচ চি নাৰ্ছ সকলকহে ষ্টাফ নাৰ্ছৰ মৰ্যদা প্ৰদান কৰি বাকী জি এন এম নাৰ্ছ সকলক ষ্টাফ নাৰ্ছৰ মৰ্যদাৰ পৰা অৱনমিত কৰাৰ লগতে ধুবীৰ ভট্টা আৰু কাপোৰ কানিৰ কিটো বান্ধ কৰি দিয়াৰ অভিযোগ কৰি নাৰ্ছ সকলে চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close