অসম

তেজপুৰৰ চতুৰ্থ কৰ’ৰ কাৰ্যালয়ত সেনা, আৰক্ষী আৰু ৰাজ্য প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰথম খবৰ, তেজপুৰ : প্ৰধানমন্ত্ৰী আগমণৰ প্ৰাৰ্কক্ষণত উগ্ৰপন্থী সমস্যক লৈ সেনা অৰ্ধসামৰিক বাহিনীৰ নীতি নিধাৰণৰ বাবে এখন গুৰুত্বপুৰ্ণ বৈঠক আজি অনুষ্ঠিত হৈ যায়। বৈঠকত ৰাজ্য প্ৰশাসনৰ মুখ্য সচিব ভি কে পি পাচনিয়া ,আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক কুলধৰ শইকীয়াৰ লগতে পাঁচ খন জিলা উপায়ুক্ত উপস্থিত থকাৰ বৈঠকত উগ্ৰপন্থী সমস্যা ,অপৰাধমুলক কাৰ্যকলাপ আদিৰ দৰে গুৰুত্বপুৰ্ণ বিষয়বোৰ আলোচনা কৰা হয় ।

Related Articles

Leave a Reply

Close