অসম

তেজপুৰৰ চাৰিদুৱাৰত চোৰাং কাঠ জব্দ

প্ৰথম খবৰ,তেজপুৰ: তেজপুৰৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও চোৰাং কাঠৰ বেহা অবৈধভাবে চলি আছে। তেজপুৰৰ গৰৈমাৰীত অভিযান চলাই যোৱা নিশা বন বিভাগে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ।

Related Articles

Leave a Reply

Close