অসম

দিনৰ পাছত দিন ধৰি পৰি ৰৈছে ঢকুৱাখনা এফ আৰ ইউ খনৰ মোবাইল মেডিকেল সেৱা

প্ৰথম খবৰ,ঢকুৱাখনা: ঢকুৱাখনা স্বাস্থ্য বিভাগত মোবাইল মেডিকেল সেৱা নামতহে আছে কিন্তু কামত নাই। দিনৰ পাছত দিন ধৰি পৰি ৰৈছে ঢকুৱাখনা এফ আৰ ইউ খনৰ মোবাইল মেডিকেল সেৱা ৷ স্থানীয় ৰাইজে অতিশীঘ্ৰে এই সমস্যা সমাধান কৰিবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close