অসম

দ্বিতীয় দিনাও চলি থাকিল উপায়ুক্তক বদলিৰ দাবীত আমৰণ অনশন

প্ৰথম খবৰ,হাটশিঙিমাৰী: দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীকক বদলিৰ দাবীত আমৰণ অনশন ৷ প্ৰশাসনৰ পৰা নাই কোনো সঁহাৰি ৷ আজি দ্বিতীয় দিনা ৯ জনকৈ অনশনকাৰী অসুস্থ ৷ নাই চিকিৎসাৰ ব্যৱস্থা, নাই 108 এম্বুলেঞ্চ সেৱা ৷ অনশন স্থলীত উত্তপ্ত পৰিস্থিতি ৷ উপায়ুক্তক বদলি নোকোৰালৈ চলি থাকিব এই অনশন

Related Articles

Leave a Reply

Close