অসম

দৰঙৰ মহাবিষ্ণু যজ্ঞত লোকে-লোকাৰণ্য

প্ৰথম খবৰ,দেওমৰনৈ: দৰঙৰ ঝাকুৱাপাৰাত থকা বাসুদেৱ দেৱালয়ত কালিৰে পৰা আৰম্ভ হোৱা গোন্ধ চৌপৰী সভা, মহাবিষ্ণু, আৰু পানীতোলা অনুষ্ঠানত আজি অসমৰ কেইবাখনো জিলাৰ পৰা অহা ধৰ্মপ্ৰাণ লোকে ভোটা উৰ্চগা কৰি ভোটা প্রজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰে। কেবা সহস্ৰাধিক ধৰ্মপ্ৰাণ লোকৰ সমাগম হোৱা দেখা গৈছে উক্ত অনুস্থানত।

Related Articles

Leave a Reply

Close