অসম

দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাই ৭৮ শতাংশ নম্বৰেৰে সফলতা অৰ্জন ফৰেষ্টগেটৰ ৰূপজ্যােতিৰ

প্ৰথম খবৰ, নাৰেংগী: শিক্ষা অৰ্জনত দৰিদ্ৰতা হেঙাৰ হব নোৱাৰে তাৰেই যেন এক নিদৰ্শন দাঙি ধৰিলে নাৰেংগী ফৰেষ্টগেটৰ নিৱাসী খটবৰ নাথ আৰু হেমেশ্বৰী নাথৰ পুত্ৰ ৰূপজ্যোতি নাথে।্কোনো ধৰণৰ ঘৰুৱা শিক্ষকৰ সহায় নোলোৱাকৈ ৭৮ শতাংশ নম্বৰ লাভ কৰে নাৰেংগী হাইস্কুলৰ ছাত্ৰ ৰূপজ্যোতিয়ে। উল্লেখ্য যে, মাক-দেউতাকে দিন হাজিৰা কৰি অতি কষ্টেৰে পঢ়াইছিলে ৰূপজ্যোতিক। দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ জনৰ এই সাফল্যত আনন্দত উৎফল্লিত হৈ পৰিছে বিদ্যালয় খনৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগতে অঞ্চলবাসী।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close