অসমশীৰ্ষ

ধলা-শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুত প্ৰথমটো দুৰ্ঘটনা

নিউজ ব্যুৰ’, প্ৰথম খবৰ: ধলা শদিয়া সংযোগী ভূপেন হাজৰিকা সেতুত সংঘটিত হৈছে পথ দুৰ্ঘটনা। দুই মটৰচাইকেল আৰহীৰ এজন সংকট জনক। এজনৰ নাম প্ৰণৱজ্যোতি বুঢ়াগোহাঁই আৰু এজনৰ ধীৰেন জ্যোতি চিৰিং । দুয়োৰে ঘৰ শদিয়াত।
বৰ্ত্তমান মৃত্যুৰ সৈতে দুয়োজনৰে তিনিচুকীয়া চিভিল হস্পিতালত যুঁজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close