অসম

ধুবুৰী অসামৰিক চিকিৎসালয়ত চিটি স্কেন আৰু এক্সৰে সেৱাৰ উদ্বোধন

প্ৰথম খবৰ, ধুবুৰী:ধুবুৰী অসামৰিক চিকিৎসালয় চৌহদৰ আঞ্চলিক ৰোগ নিৰ্ণায়ক কেন্দ্ৰত আজি মুখ্যমন্ত্ৰীৰ বিনামূলীয়া ৰোগ নিৰ্ণায়ক সেৱাৰ অধীনত ধুবুৰীতো বিনামূলীয়া চিটি স্কেন আৰু এক্সৰে সেৱাৰ শুভ উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত ধীৰাজ চৌধুৰী, ধুবুৰী জিলা বিজেপিৰ উপ-সভাপতি ডাঃ দেৱময় সান্নাল, ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি বহুতো লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close