অসম

নগাঁওত দুই ভূ-মাফিয়াক ৰাইজে আটক কৰি গতালে আৰক্ষীক

প্ৰথম খবৰ,নগাওঁ: দীৰ্ঘদিন ধৰি ভূ মাফিয়াই নগাঁওৰ ঘাঁহী অঞ্চলত কলঙৰ মাটি কাটি ট্ৰাকৰে বিক্ৰী কৰি থকা প্ৰত্যক্ষ কৰি আহিছিল ৰাইজে ৷ বহু দিনৰ অপেক্ষাৰ অন্তত আজি গাঁৱৰ সমূহ ৰাইজ ওলাই আহি দুজন ভূ-মাফিয়াক আটক কৰি আৰক্ষীক চমজাই দিয়ে ৷ ভূ-মাফিয়াৰ দুজনৰ নাম মন্টু বৰা আৰু মিন্টু বৰা বুলি জানিৱ পৰা গৈছে ৷ উল্লেখ্য যে, তেওঁলোকে কলঙৰ পাৰৰ চৰকাৰী মাটি কাটি প্ৰতি ট্ৰাক মাটি ১৮০০ পৰা ২২০০ টকাৰ দৰত বিক্ৰী কৰি আহিছিল বুলি স্থানীয় লোকেসকলে জানিব দিছে ৷

Related Articles

Leave a Reply

Close