অসম

নগাঁৱত ভয়াৱহ পথ দুৰ্ঘটনা

প্ৰথম খবৰ,ডুমডুমীয়া:নগাঁৱৰ বৰদোৱাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁও অভিমুখে গৈ থকা মিনি ট্ৰাক এখনে খুন্দিয়ালে মটৰ চাইকেল আৰোহীক। মটৰ চাইকেলৰ চালকজন থিতাতে মৃত্যু হয় আৰু এজন গুৰুতৰ বাবে আহত হয়। মৃত ব্যক্তিজন জাৰামাৰী গাঁৱৰ মহৰ উদ্দিন। আহত লোকজনক চিকিৎসাৰ বাবে  নগাঁৱলৈ প্ৰেৰণ কৰা হয়।
আনচাৰুল ইছলাম

Related Articles

Leave a Reply

Close