অসম

নগাঁৱৰ কচুৱাত অগ্নিকাণ্ড

প্ৰথম খবৰ, কামপুৰ: নগাঁওৰ কচুৱা প্ৰমীলাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত দুটাকৈ ঘৰ সম্পূৰ্ণ ৰূপে ভস্মীভূত। দূৰ্বৃত্তই মাৰপিট কৰি অগ্নিসংযোগ কৰে ইদ্দিছ আলীৰ বাসগৃহত। গুৰুতৰভাৱে আহত ইদ্দিছ আলী। কাৰণ জানিব পৰা নাই। পথৰ দূৰৱস্থাৰ বাবে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আৰু 108 প্ৰৱেশ কৰিব পৰা নাই সেই স্থানত।

Related Articles

Leave a Reply

Close