অসম

নলবাৰীত পত্নীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেতা

প্ৰথম খবৰ,নলবাৰী: কংগ্ৰেছ দলৰ নলবাৰী জিলাৰ এগৰাকী নেতাই পত্নীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হবলগীয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে কংগ্ৰেছৰ নলবাৰী জিলাৰ মুখপাত্ৰ দিব্যজ্যোতি হাজৰিকাই দীৰ্ঘদিন ধৰি পত্নীক নিৰ্যাতন চলাই অহা বুলি পত্নীয়ে ৰুজু কৰা এক গোচৰত নেতা গৰাকীক আজি গ্ৰেপ্তাৰ কৰে নলবাৰী আৰক্ষীয়ে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close