শীৰ্ষৰাষ্ট্ৰীয়

নেচনেল হেৰাল্ড গোচৰ, ছোনিয়া-ৰাহুল শিবিৰত কঁপনি

নেচনেল ডেস্ক, প্ৰথম খবৰ: নেচনেল হেৰাল্ড গোচৰত দিল্লী  উচ্চ ন্যায়ালয়ে কঁপাই তুলিছে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধী আৰু উপাধ্যক্ষ ৰাহুল গান্ধীৰ শিবিৰ। দিল্লী উচ্চ ন্যায়ালয়ে নেচনেল হেৰাল্ড গোচৰ প্ৰসংগত ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক তদন্তৰ আওতালৈ আনিবলৈ সেউজ সংকেত দিছে আয়কৰ বিভাগক। উল্লেখ্য যে ইয়াৰ পূৰ্বে পাটিয়ালা হাউছ ক’ৰ্টে নেচনেল হেৰাল্ড গোচৰত বিজেপি সাংসদ সুব্ৰমণিয়ম স্বামীৰ গোচৰ খাৰিজ কৰিছিল। যি গোচৰত সুব্ৰমণিয়ম স্বামীয়ে দাবী কৰিছিল যে কংগ্ৰেছ আৰু এছ’চিয়েট জাৰ্নেল লিমিটেডৰ একাউণ্ট আৰু বেলেন্স শ্বিটৰ তথ্য ৰাজহুৱা কৰিব লাগে।

Related Articles

Leave a Reply

Close