অসম

পথ দুৰ্ঘটনাক লৈ দেৰগাওঁত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ, দেৰগাওঁ: দেৰগাঁৱৰ ৰঙামাটি ৰাঙলীটিঙত উত্তপ্ত পৰিস্থিতি। তিনি শতাধিক লোকে অৱৰোধ কৰিছে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ২৭ ফেব্ৰুৱাৰীত এই স্থানত সংঘটিত টেংকাৰ দুৰ্ঘটনাত নিহত হৈছিল ৫ জন। এই পৰ্যন্ত ক্ষতিপূৰণ নোপোৱাৰ অভিযোগ। পুনৰ একেই স্থানতে শুকুৰবাৰে এখন টেংকাৰ দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ পাছতে এই অৱৰোধ ।

Related Articles

Leave a Reply

Close