অসম

পথ দুৰ্ঘটনাত বড়ো সাহিত্য সভাৰ সভাপতি আহত

প্ৰথম খবৰ,বেজেৰা: আজি সন্ধিয়া চাংসাৰিত এক খাৱৈত পৰি দুৰ্ঘটনাত পতিত হৈ বড়ো সাহিত্য সভাৰ সভাপতি তৰেন চন্দ্ৰ বড়ো,পত্নী বিনা বড়ো আৰু চালক গৰাকী আঘাতপ্ৰাপ্ত হয়। বঙাইগাঁওৰ পৰা গুৱাহাটী অভিমুখে আহি থকাত মদনপুৰত একে দিশে অভিমুখী ডাস্তাৰ বাহনত খুন্দা মৰাত সভাপতি গৰাকীৰ বাহনখন ৰাস্তাৰ কাষৰ দ’ খাৱৈত পৰে। ফলত বড়োৰ লগতে আটাইকেইজনক তুলাৰাম বাফনা কামৰূপ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close