অসমশীৰ্ষ

“প্ৰথম খবৰ”ৰ বাতৰিত গা লৰিল বিদ্যুৎ বিভাগৰ


প্ৰথম খবৰ,খুমটাই,৪মে’ : “প্ৰথম খবৰ”ৰ কালিৰ সংখ্যাত “উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আৰু কম ভল্টেজৰ সমস্যাই ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ কঢ়িয়াই আনিছে বিপদ” শীৰ্ষক এক বাতৰি প্ৰকাশৰ পিচতেই গা লৰিল কমাৰগাওঁ বিদ্যুৎ সংমণ্ডলৰ বিষয়া-কৰ্মচাৰীৰ। আজি পুৱাই গেলেকীয়াল গাওঁত উপস্থিত হয়হি উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আৰু কম ভল্টেজ সমস্যা সমাধান কৰিবলৈ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এক দল ৷ এইক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে “প্ৰথম খবৰ”ৰ শলাগ লৈছে ৷

Related Articles

Leave a Reply

Close