অসম

বকোত অঘটন

প্ৰথম খবৰ, বকো: বকোৰ নামপথাৰত অঘটন। মুহি ৰাভাৰ ঘৰত চাহ খাই অসুস্থ বহুজন। পুৰুষ, মহিলা, শিশু সহ ২০ত কৈ অধিক অসুস্থ। অসুস্থসকল বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি। মুহি ৰাভাৰ নাতি জন্মৰ চাহ মেলত এই অঘটন। ভুলক্ৰমে চাহপাতৰ সলনি বিষাক্ত ফুৰাডন ব্যৱহাৰ।

Related Articles

Leave a Reply

Close