অসম
বকোত ভয়াৱহ পথ দুৰ্ঘটনা

প্ৰথম খবৰ, বকো: বকোৰ ৰাজাপাৰাত ভয়াৱহ পথ দুৰ্ঘটনা। মাৰুতি অল্ট’ আৰু তেল কঢ়িওৱা ট্ৰাকৰ মাজত সংঘৰ্ষ। থিতাতে নিহত দুজন যুৱক। মাৰুতি অল্ট’ৰ আৰোহী যুৱকদ্বয়। পৰিচয় উদ্ধাৰ হোৱা নাই নিহত যুৱকদ্বয়ৰ। দুৰ্ঘটনা সংঘটিত কৰি বৃহৎ ট্ৰাকখনৰ পলায়ন।