অসম

বঙাইগাঁৱত ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস: ২৪ গৰাকীৰ মৰণোত্তৰ দেহদান

প্ৰথম খবৰ, বঙাইগাঁওঃ বঙাইগাঁৱৰ বীৰঝৰা কন্যা মহাবিদ্যালয়ত আজি ইলোৰা বিজ্ঞান মঞ্চই কেন্দ্ৰীয়ভাৱে প্ৰতিষ্ঠা দিৱস পালন কৰে৷ উক্ত অনুষ্ঠানতে বিভিন্ন প্ৰান্তৰ ২৪ গৰাকী ব্যক্তিয়ে মৰণোত্তৰভাৱে দেহদানৰ চুক্তিপত্ৰত স্বাক্ষৰ কৰে৷ অনুষ্ঠানত উপস্থিত থাকে ইলোৰা বিজ্ঞান মঞ্চৰ সভাপতি ডঃ চন্দ্ৰমোহন শৰ্মা, সাধাৰণ সম্পাদক কমলেস গুপ্ত, কাৰ্যনিৰ্বাহক সদস্য তথা ইলোৰা ৰায় চৌধুৰীৰ স্বামী ইছফাকুৰ ৰহমান।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close