অসম

বঙালমৰাত বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি

প্ৰথম খবৰ,নাওবৈচা: আজি ভাৰতীয় ষ্টেট বেংকে অনুমোদন দিয়া বঙালমৰা ভাৰতীয় ষ্টেট বেংকৰ শাখাৰ অন্তৰ্গত ১ নং আহমেদপুৰত এক গ্ৰাহক সেৱা শুভ উদ্ধোধন কৰা হয় ৷ উক্ত অনুষ্ঠানৰ দ্বাৰ মুকলি কৰে বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ আবু শ্বহিদ খানে ৷ উক্ত অনুষ্ঠানৰ আঁত ধৰে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক আব্দুৰ ৰাজিবে ৷

Related Articles

Leave a Reply

Close