অসম

বজালীত ৰে’লৰ খুন্দাত নিহত এজন

প্ৰথম খবৰ,বজালী: বৰপেটা জিলাৰ সৰুপেটা ৰেল ষ্টেচনৰ সমীপত দুৰ্ঘটনা ৷ নামনিমুৱা এক্সপ্ৰেছ ৰেলগাড়ীয়ে মহতিয়ালে এজন ব্যক্তিক। নিহত ব্যক্তিজন এতিয়ালৈকে চিনাক্ত হোৱা নাই। ঘটনাস্থলীত বৰ্তমানলৈ উপস্থিত হোৱা নাই আৰক্ষী ,ৰেলৱে আৰক্ষী ।

Related Articles

Leave a Reply

Close