অসম

বাংলাদেশৰ বেলুন আহি পৰিল কামপুৰত

প্ৰথম খবৰ, কামপুৰ: বাংলাদেশৰ পৰা বেলুন উৰি পৰিলহি কামপুৰত। বাংলাদেশৰ লাল মনিৰহাট জিলা উদ্ধোধন উপলক্ষে বাংলাদেশ চৰকাৰে উৰুৱাইছিল বেলুন। কিছুসময়ৰ পূৰ্বে কামপুৰ তেঁতেলীসৰাত উদ্ধাৰ হৈছে বেলুন কেইটাৰ লগতে এখন বেনাৰ।

Related Articles

Leave a Reply

Close