অসম

বাক্সাত অখিল গগৈৰ হুংকাৰ পাৱাৰগ্ৰীডৰ বিৰুদ্ধে

প্ৰথম খবৰ,মুছলপুৰ: বাক্সাৰ অদালবাৰীত কৃষক নেতা অখিল গগৈ ৷ পাৱাৰ গ্ৰীড কৰ্পৰেশ্যনে টাৱাৰ লাইন নিৰ্মাণৰ নামত ক্ষতিগ্ৰস্থ হোৱা কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ নিদিয়াৰ বিৰোধিতাৰে এক প্ৰতিবাদী সভাত অংশগ্ৰহণ কৃষক নেতাগৰাকীৰ ৷ পাৱাৰগ্ৰীডৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ উদ্দেশ্য অহা ৯ মে’ত গুৱাহাটীত বিশাল গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ নেতাগৰাকীৰ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close