অসম

বালিপৰাত ধৰ্ষণকাৰীৰ গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ

প্ৰথম খবৰ, বালিপৰা: শোণিতপুৰৰ বালিপৰা খনামুখত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদকাৰীৰ পথ অৱৰোধ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাসমিতি আৰু সন্থাৰ বালিপৰা আঞ্চলিক সমিতিৰ সহস্ৰাধিক প্ৰতিবাদকাৰীসকলে। ৯ মে’ত খনামুখৰ চিলনী বেঙ্গলীত এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক ৫৫ বছৰীয়া ঘনশ্যাম নৰহ নামৰ পাষণ্ড এটাই ধৰ্ষণ কৰি আজিও পলাতক হৈ থকা তথা চাৰিদুৱাৰ আৰক্ষীৰ ব্যৰ্থতাৰ বিৰুদ্ধ প্ৰতিবাদ । হত্যাকাৰীক আটক কৰি উচিত শাস্তিৰ দাবী ।আৱদ্ধ যান-বাহন ।

Related Articles

Leave a Reply

Close