অসম

বিজনীত বাঘৰ আতংক

প্ৰথম খবৰ,বিজনী : চিৰাং জিলাৰ বিজনীৰ ভালুকঘোপাত বাঘৰ আতংক ৷ ৩ টাকৈ গৰু নিধন কৰিছে বাঘে ৷ স্থানীয় ৰাইজে বাঘ দেখা নাই যদিও বাঘৰ খোজ দেখিছে । ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈ বাঘটোৰ সন্ধান অব্যাহত ৰাখিছে ৷

Related Articles

Leave a Reply

Close