অসম

বিশিষ্ট কবি কনক চন্দ্ৰ বড়ো চিকিৎসাধীন

প্ৰথম খবৰ, তামুলপুৰ,২৫ মে’: বাক্সা জিলাৰ তামুলপুৰৰ বিশিষ্ট যুৱ কবি কনক চন্দ্ৰ বড়ো অসুস্থ হৈ সম্প্ৰতি বাক্সা জিলাৰ ভূটান সীমান্তৰ পাটকীজুলি খ্ৰীষ্টান হস্পিতালত চিকিৎসাধীন হৈছে। গল ব্লাডাৰৰ সমস্যাত ভোগা যুৱ কবি গৰাকীক যোৱাকালি পাটকীজুলি খ্ৰীষ্টান হস্পিতালত ভৰ্তি কৰোৱা হয়। আজি বিশেষজ্ঞ চিকিৎসকৰ দল এটাই কনক চন্দ্ৰ বড়োৰ গল ব্লাডৰৰ অপেৰেশ্যন সম্পন্ন কৰিছে। ইপিনে আলায়ৰণ বড়ো লিটাৰেৰী চ’চাইটিৰ সভাপতি শৈলেন বসুমতাৰী আৰু সম্পাদক টুলু দৈমাৰীএ কনক চন্দ্ৰ বড়োৰ আশু আৰোগ্য কামনা কৰিছে।

Related Articles

Leave a Reply

Close