অসম

বিশিষ্ট টাই পণ্ডিত ভদ্ৰেশ্বৰ ছাংবুন ফুকন চিকিৎসাধীন

প্ৰথম খবৰ, মাহমৰা: চৰাইদেউ জিলাৰ মাহমৰাৰ মানিকী বুঢ়াগোহাঁইবাৰী গাঁৱৰ নিবাসী বিশিষ্ট টাই পণ্ডিত ভদ্ৰেশ্বৰ ছাংবুন ফুকন গুৰুতৰ ভাবে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। সম্প্ৰতি মৰাণ মেডিকেল চেণ্টাৰত চিকিৎসাধীন হৈ থকা টাই পণ্ডিত গৰাকীৰ চিকিৎসাৰ বাবে সহায়ৰ প্ৰয়োজন হৈছে। সেয়ে আহোম জাতীয় সংগঠন, সদাশয় ব্যক্তিক পণ্ডিত গৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ।

Related Articles

Leave a Reply

Close