অসম

বিশ্বনাথৰ উদীয়মান ফুটবল খেলুৱৈৰ মৃত্যু

প্ৰথম খবৰ, বিশ্বনাথ চাৰিআলি: বিশ্বনাথ চাৰিআলিৰ নীলপুৰৰ উদীয়মান ফুটবল খেলুৱৈ অমৃত বাচোৱা(32) ৰ অসুস্থ হৈ মৃত্যু । বাংগালুৰৰ কৃষ্ণা চিক্ৰৰিটি কোম্পানীত চুপাৰভাইজাৰ পদত কৰ্মৰত আছিল অমৃত বাচোৱা। উদীয়মান ফুটবল খেলুৱৈ জনৰ এনে অকাল মৃত্যুত বিশ্বনাথৰ খেলুৱৈ সমাজৰ মাজত শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Close