অসম

বৈঠালাংছ’ত পুনৰ নাৰী নিৰ্যাতন

প্ৰথম খবৰ, হামৰেন: এইবাৰ বৈঠালাংছ’ৰ ডংকামোকামত সপ্তম শ্ৰেণীত অধ্যয়ণৰত ১৪ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ। কালি সন্ধিয়া ৬ বজাত যুৱতীগৰাকীক ডংকা চাৰপ’ গাঁৱৰ বাসভৱনৰ পৰা মুখত সোপা দি অপহৰণ কৰি নিছিল দিপক হাজং নামৰ ব্যক্তিজনে। আজি পুৱা ৩ বজাত আৰক্ষীয়ে অভিযান চলাই ডংকা চাৰপ’ পাহাৰৰ দাঁতিত যুৱতীসহ অপৰাধীটোক কৰায়ত্ব কৰে। অপৰাধীটোৰ ঘৰ হোজাই জিলাৰ কাকী থানাৰ অন্তৰ্গত ২নং দেৰাপথাৰ গাঁৱত।

 

Related Articles

Leave a Reply

Close