অসম

বৈঠালাংছ’ কাণ্ডৰ দুই মূল অভিযুক্ত আৰক্ষীৰ জালত

প্ৰথম খবৰ,হামৰেণ: বৈঠালাংছ’ৰ জোনাকী মিলিকপীৰ ধৰ্ষণকাণ্ডত জড়িত দুই মূল অভিযুক্ত চেমচন ক্ৰ আৰু মনসিং টেৰণক গ্ৰেপ্তাৰ ৷ আজি বিয়লি হামৰেণৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলীন দেউৰীৰ নেতৃত্বত চলা এক অভিযানত বৈঠালাংছ’ আৰক্ষী থানাৰ অন্তৰ্গত ৰংথাম পাহাৰৰ পৰা গ্ৰেপ্তাৰ দুই লম্পটক ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close