অসম

বোকাখাতত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, বোকাখাত, কাজিৰঙা: বোকাখাতৰ মেঠনিত 37 নং ঘাইপথৰ পুলত এটা মৃতদেহ উদ্ধাৰ। মৃতদেহটো পানবাৰীৰ কৃষ্ণ মোডী বুলি জানিব পৰা গৈছে। নিশা চাইকেলৰে ঘৰলৈ গৈ থকা অৱস্থাত অচিনাক্ত গাড়ীয়ে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ ।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close