অসম

বৰহাটত দুই গাড়ী ব্ৰইলাৰ জব্দ


প্ৰথম খবৰ,বৰহাট: চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট সাপ্তাহিক বজাৰৰ সমীপত আজি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনৰ বৰহাট আঞ্চলিক সমিতিয়ে নগাঁৱৰ পৰা বৰহাট অভিমুখে আহি থকা এ এচ০২ বি চি-০৪৯২(৪০৭)আৰু এএচ ০৭চি৬৮৫ নম্বৰৰ বলেৰ’ গাড়ী দুখনত বেমাৰী ব্ৰইলাৰ অনা বাবে গাড়ী দুখন ধৰি বৰহাট আৰক্ষী থানাক চমজাই দিয়ে ।

Related Articles

Leave a Reply

Close