অসম

ভাৰতীয় সেনাক নৃসংশভাৱে হত্যা কৰাক লৈ মঙলদৈত বজৰং দলৰ প্ৰতিবাদ

প্ৰথম খবৰ, মঙলদৈ: পাকিস্তানী সৈন্যই ভাৰতত প্ৰৱেশ কৰি ভাৰতীয় সেনাক নৃসংশভাৱে হত্যা কৰাক লৈ মঙলদৈত বজৰং দলৰ প্ৰতিবাদ। প্ৰতিবাদকাৰী সকলে উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ৰাষ্ট্ৰপতিক ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ দাবী তোলে।

Related Articles

Leave a Reply

Close