অসম

মহানগৰীত অলা’-উবেৰ বন্ধৰ সময়ছোৱাত বিক্ষিপ্ত ঘটনা

প্ৰথম খবৰ,বেলতলা: মহানগৰীত আজিৰে আহ্বান জনোৱা ৭২ ঘন্টীয়া অলা’-উবেৰ বন্ধক উপেক্ষা কৰি সতীৰ্থ চালকে উবেৰৰ যাত্ৰীক গন্তব্য স্থানলৈ লৈ যোৱাৰ সময়তেই মহানগৰীৰ ছয়মাইলত একাংশ বন্ধৰ মালিক চালকে বাহন ৰখাই কলিকতাৰ যাত্ৰী এগৰাকীক মাৰধৰ কৰে আৰু সতীৰ্থ চালকৰ ডিভাইচ ভাঙি পেলায়। অলা’-উবেৰে ইনচেনটিভ আগৰ দৰে প্ৰদান নকৰাৰ ফলত চলিবলৈ উপায় বিহীন হৈ পৰা মালিক চালক সকলে অতি শীঘ্ৰে পূৰ্বৰ দৰেই ইনচেনটিভ প্ৰদান কৰিবলৈ দাবী জনায় লগতে ৭২ ঘন্টাৰ ভিতৰত এই দাবীসমূহ মানি নললে অনিৰ্দিষ্ট কাললৈ এই ধৰ্মঘত কাৰ্য্যসূচী চলি থাকিব বুলি সন্থাৰ সভাপতি ইছমাইল হুছেইনে এক প্ৰেছ বিবৃতিৰে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close