অসম

মাজুলীৰ মথাউৰিৰ সুৰক্ষাৰ বাবে প্ৰশাসনৰ জনসজাগতা অভিযানৰ আয়োজন

প্ৰথম খবৰ,মাজুলী: মাজুলী জিলাত বাৰিষাৰ প্ৰাকক্ষণত মথাউৰি সুৰক্ষা আৰু সংৰক্ষণত নৈপৰীয়া ৰাইজৰ অংশীদাৰ কৰি আগবাঢ়িবলৈ জিলা প্ৰশাসনে নিৰ্দেশ দিছে জলসম্পদ বিভাগক। নদীদ্বীপ জিলাখনৰ ৰক্ষা কৱচ স্বৰূপ ব্ৰক্ষ্মপুত্ৰ আৰু সোৱণশিৰীৰ নদীৰ কাষত কাম কৰা লোকসকলৰ মাজত অহা ২৬ মে’ৰ পৰা এলানি বান সজাগতা শিবিৰ আয়োজন কৰিছে জলসম্পদ বিভাগে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close