অসম

মাজুলীৰ ডেৰ লক্ষ্য জনসাধাৰণলৈ ভাবুকি

প্ৰথম খবৰ, মাজুলী: মাজুলীৰ ৰক্ষাকবছ স্বৰূপ ১ নং শৈল্য স্পাৰ মুল অংশ কালি বাহনীপানীয়ে উতুৱাই নিয়ে । মাজুলীবাসাীলৈ আহিছে তীব্ৰ সংকত,তাকে লৈ আতংকিত হৈ পৰিছে মাজুলী বাসী। ব্ৰহ্মপুত্ৰবৰ্ডৰ হেমাহি আৰু মেৰামতি নকৰাৰ বাবেই শৈল্য বান্ধটোৰ মুল অংশ উতুৱাই নিয়ে বাহনিপানীয়ে। আনহাতে স্পাৰ কাষতে ভয়াৱহ গৰাখহনীয়া। মাজুলীবাসীক সুৰক্ষা দিব নোৱৰা ব্ৰহ্মপুত্ৰৰ বৰ্ডৰ ওপৰতে কিয় বাৰেপতি মাজুলীৰ সুৰক্ষা দায়িত্ব অৰ্পণ কৰিছে তাকে লৈ প্ৰশ্ন উদয় হৈছে মাজুলীবাসীৰ মনত। মাজুলী সুৰক্ষাৰ নামত অহা কোটি কোটি টকা কাৰ জেপত সোমোইছে।আৰু বগাহাতিত পৰিণত হোৱা ব্ৰহ্মপুত্ৰ বৰ্ডক মাজুলী সুৰক্ষা দায়িত্বৰ পৰা আতৰাবলৈ দাবী জনাই মাজুলীৰ আছু কৰ্মী সকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close