অসম

মাটিয়াত অগ্নিকাণ্ড

প্ৰথম খবৰ,মটিয়া: গোৱালপাৰা জিলাৰ কাৰিপাৰা সাৰাপাৰা বজাৰত অগ্নিকাণ্ড ৷ ৫ খন দোকান ভষ্মীভূত ৷ ২০ লাখৰো অধিক টকাৰ সা-সামগ্ৰীৰ ক্ষতি। বিদ্যুত বিজুতিৰ ফলত যোৱা নিশা সংঘটিত হয় উক্ত ঘটনা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close