অসম

মাটিয়াত শিক্ষক সন্মিলনীৰ নতুন সমিতি গঠন

প্ৰথম খবৰ, কৃষ্ণাই,১৮ মে’: গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী, মাটিয়াৰ নতুন পৰিচালনা সমিতি খন গঠন কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি নতুন সমিতি খনত হৃদয় ৰঞ্জন নাথক সভাপতি আৰু ফজল আলীক সম্পাদক হিচাপে নিৰ্বাচিত কৰা হৈছে ৷

Related Articles

Leave a Reply

Close