অসমশীৰ্ষ

‘মিচেছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৭’ খিতাপেৰে জিলিকিল ৰিশিতা

প্ৰথম খবৰ, যোৰহাট: দিল্লীত অনুষ্ঠিত হোৱা ‘মিছেছ ছাউথ এচিয়া ২০১৭’ ত ‘মিছেছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৭’ ৰ খিতাপ অৰ্জন কৰে যোৰহাটৰ ৰিশিতা বৰুৱাই। অামেৰিকাৰ চিটেলত অনুষ্ঠিত হ’বলগীয়া অাগন্তক মিছ ৱৰ্ল্ড ২০১৭ ত অংশ ল’ব ৰিশিতাই।ৰিশিতা যোৰহাটৰ নিবাসী শ্ৰী দেৱজিত বৰুৱা অাৰু জ্যোতি বৰুৱাৰ সুযোগ্য কন্যা তথা ডিগবৈৰ নিবাসী শ্ৰী ৰাজল দেৱনাথৰ সহধৰ্মিনী।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close