অসম

মুকালমুৱাত পথ দুৰ্ঘটনা

প্ৰথম খবৰ, মুকালমুৱা: বাইক আৰোহীয়ে মহতিয়ালে স্কুলীয়া ছাত্ৰীক৷ বৰক্ষেত্ৰী শিশু বিকাশ বিদ্যাপীঠৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী আছিল। নাম পূৰ্ণিমা ডেকা। ছাত্ৰী গৰাকীক ততাতয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি৷ আৰক্ষীৰ জালত দুৰ্ঘটনাগ্ৰস্ত বাইক সহ আৰোহী৷ দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS-01-AH-9563 ।

Related Articles

Leave a Reply

Close