অসম

মৰিগাওঁত বেংক অফ ইণ্ডিয়াৰ ডাষ্টবিনযুক্ত ৰিক্সা বিতৰণ

প্ৰথম খবৰ,মৰিগাওঁ: মৰিগাঁও নগৰ সমিতিলৈ আজি বেংক অফ ইণ্ডিয়াই চহৰখন স্বচ্ছতাৰ বাবে আগবঢ়ায় ১১ খনকৈ ডাষ্টবিনযুক্ত ৰিক্সা ৷ এই ৰিক্সা বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত হেমেন দাসৰ লগতে নগৰ সমিতিৰ চেয়াৰমেন অৰ্চনা বৰদলৈ আৰু আন বহু কেইজন বিশিষ্ট ব্যক্তি।

Related Articles

Leave a Reply

Close