অসম

যমুনামুখত ৰেলৰ খুন্দাত এজন নিহত

প্ৰথম খবৰ,কামপুৰ: যমুনামুখত ৰেল আলিত অচিনাক্ত মৃতদেহ উদ্ধাৰ৷ নিশা দুই বজাত উদ্ধাৰ হয় মৃতদেহটো ৷ যমুনামুখ ৰেল গেটৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো। বগা হাফ পেন্ট আৰু চেক শ্বাৰ্ট পৰিহিত ব্যক্তিগৰাকীৰ বয়স প্ৰায় ৪৫ বছৰ হব ৷ নিশা ইন্টাৰচিটি এক্সপ্ৰেছৰ চেপাত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close