অসম

যাত্ৰীবাহী ৰে’লেৰে সৰবৰাহ অবৈধ সুৰা: চকু মুদা কুলিৰ ভাও আৰক্ষীৰ

প্ৰথম খবৰ, নাৰেংগী: বিগত কেইবাটাও মাহ ধৰি নাৰেংগী কলংপাৰ এক্সপেছৰ জৰিয়তে চলি আহিছে সুৰাৰ ৰমৰমীয়া বেহা। উল্লেখ্য যে,ৰে’ল খনত নাৰেংগী ষ্টেচনলৈ অহা শাক-পাচলিৰ ব্যৱসায়ীৰ লগতে আহে একাংশ সুৰা ব্যৱসায়ীও।নিতৌ আৰক্ষীৰ সন্মুখতে চলাই আছে এই অবাধ সুৰাৰ বেহা। আনহাতে,স্থানীয় লোকে জনোৱা মতে নাৰেংগী ষ্টেচনৰ পৰা বিক্ৰীৰ বাবে আন বহু ঠাইলৈ লৈ যোৱা হয় এই সুৰা সমূহ। কিন্ত কি কাৰণত আৰক্ষীয়ে এই ক্ষেত্ৰত নিমাত ভূমিকা পালন কৰি আহিছে তাক লৈ এতিয়া ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close