শীৰ্ষ

যুদ্ধ বিৰতি উলংঘন কৰি পাকিস্তানী সেনাৰ বৰ্বৰতা

নিউজ ডেস্ক, প্ৰথম খবৰ: দুই ভাৰতীয় সেনাক শিৰচ্ছেদ কৰি হত্যা পাকিস্তানী সেনাৰ। ভাৰতীয় ভূমিত প্ৰৱেশ কৰি হত্যা কৰে বিষয়া- জোৱানক। টুকুৰা- টুকুৰকৈ কাটিলে মৃত জোৱানক।সোমবাৰে সংঘটিত হয় এই ঘটনা। সেনা জোৱান দুজনৰ নাম নায়ক চুবেদাৰ পৰমজিৎ সিং আৰু BSF ৰ হেড কনিষ্ঠবল প্ৰেম সাগৰ। ভাৰতীয় সীমান্ত চকীলৈ লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ কৰে পাকিস্থানী সেনাই। উচিত প্ৰত্যুত্বৰ দিয়াৰ হুংকাৰ ভাৰতীয় সেনাৰ।  উক্ত ঘটনাক কেন্দ্ৰ কৰি দলৰ প্ৰতিবাদী কাৰ্যসূচী দেশজুৰি। দীঘলীপুখুৰী পাৰত অসম প্ৰদেশ বজৰং দলৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close