অসম

যোৰহাটত যুৱকৰ মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ,যোৰহাট :যোৰহাটৰ পুলিবৰত যুৱকৰ মৃতদেহ উদ্ধাৰ। যোৰহাটৰ পুলিবৰৰ অানন্দ বৰুৱা নামৰ লোজনৰ ঘৰত বনকৰা হিচাপে থকা গণেশ নামৰ লোকজনৰ মৃতদেহ ৰহস্যজনকভাবে উদ্ধাৰ হৈছে। স্থানীয়লোকৰ হত্যাৰ সন্দেহ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close