অসম

লংকাত ব্ৰজপাতত এজন নিহত

প্ৰথম খবৰ,লংকা: লংকা চহৰৰ অন্তৰ্গত উদালীত আজি ব্ৰজপৰি এজন বৃদ্ধ লোক নিহত হোৱাৰ খবৰে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। জানিব পৰা মতে,আজি বিয়লি ভাগত অহা এজাক ধুমুহা বৰষুণৰ সময়ত পথাৰত গৰু আনিব যাওঁতেই ব্ৰজ পৰি আব্দুল ছাত্তাৰ নামৰ লোকজন থিতাতে নিহত হয়।

Related Articles

Leave a Reply

Close