অসম

লামডিংৰ পৰা নিখোঁজ স্কুলীয়া ছাত্ৰ

প্ৰথম খবৰ,লামডিং: হোজাই জিলাৰ লামডিঙত নিখোজ ১০ বছৰীয়া স্কুলীয়া ছাত্ৰ ৷ ২৩ মে’ দুপৰীয়াৰ পৰা নিখোজ হৈ আছে নৱাৰুণ বিদ্যালয়ৰ নামৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰগৰাকী ৷ লামডিঙ নিউক’লনিৰ নিৱাসী দিপক বৰাৰ কনিষ্ঠ পুত্ৰ প্ৰদীৰ বৰা নিখোজ ৷ লামডিং থানাত এজাহাৰ দাখিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close