অসম

লামডিঙত অচিনাক্ত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, লামডিং:  লামডিঙৰ পাথৰ খোলা ৰে’ল ষ্টেচনৰ সমীপথত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। ৰেলত কাটি যুৱকজনৰ মৃত হৈছে বুলি লামডিং ৰেল আৰক্ষীৰ সান্দহ। লামডিং জি ৰ পি ত ৰখা হৈছে মৃত দেহটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close