অসম

লামডিঙত Kids Handwriting প্ৰতিযোগিতা

প্ৰথম খবৰ,লামডিং: লামডিঙৰ কিডছ ফউণ্ডেশ্যন বিদ্যালয়ৰ উদ্যোগত শুক্ৰ বাৰে লামডিঙত কিডছ Hand Handwriting প্ৰতিযোগিতাৰ আয়োজন কৰা হয় । লামডিঙৰ বহুত কণ কণ ছাত্ৰ ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। LKG গ্ৰুপত সৃষ্টি মজুমদাৰ আৰু UKG গ্ৰুপত আযশ্ব দে প্ৰথম স্থান লাভ কৰে। ভাল আখৰ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ অংশ কিন্তু বৰ্তমানে বহু ছাত্র ছাত্ৰী আখৰ ভাল কৰাৰ কোন গুৰুত্ব নিদিযে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ভাল হস্তলিখা কৰাৰ উদ্দেশ্যে এনে প্ৰতিযোগিতাৰ আয়োজন কৰে লামডিঙৰ কিডছ ফউণ্ডেশ্যন বিদ্যালয়ে ।

Related Articles

Leave a Reply

Close